Sad Shayari Assamese | love story Shayari Assamese Latest 2021

Sad Shayari Assamese, love shayari assamese, love shayari assamese photo, love story shayari assamese

যিয়ে আমাৰ কাৰনে মুল্য হৈ যাৰ কাৰনে হ্নদয়ত অনুভব হৈ  
যিয়ে সময়ে আমাক বহুত দূৰ কৰি দিয়ে তথাপিও 
দুৰত থাকিও হ্ৰদয়ে ওচৰত আনে । 

Sad Shayari Assamese
Sad Shayari Assamese

জীয়াই থাকিবলৈ তাই প্ৰেৰণা যোগালে, 
সুখী হৈ থাকিবলৈ তাই প্রার্থনা কৰিলে, 
হে ভগবান, তুমি তাইক সকলাে দিবা, 
যিয়ে মােক তাইৰ অন্তৰত ঠাই দিলে।
love shayari assamese photo
love shayari assamese photo

যি আজিলৈকে প্রেম কৰা নাই, 
সি পিৰিতিৰ মর্ম কি বুজে, 
পিৰিতিৰ কর্ম কি বুজে, 
পিৰিতিৰ ধর্ম কি বুজে, 
পিৰিতিৰ আলেখ-লেখ হৃদয়েবে পিঠা, 
পিৰিতিৰ আলেখ-লেখ হৃদয়েৰে গঠা, 
দিনে দিনে বাঢ়ে পিৰিতি নয়ণে নয়ণে।
love story shayari assamese
love story shayari assamese
প্রেম এটি শব্দ, ভালপোৱা এক অনুভূতি। 
জীৱন এক স্বপ্ন, এই স্বপ্ন তুমি মােৰ জীৱন লগৰী। 

Good morning Shayari

assamese sms text
assamese sms text
যেনিবা জোঁন বিচাৰো, 
তʼৰা বিচাৰো  বিচাৰো অকল 
তোমাৰ লগত প্ৰ্তিটো জনমে  জনমে।

dukhor shayari assamese
dukhor shayari assamese

Best Deal offers

Hindi Shayari love dosti Good morning Shayari for love in Hindi love shayari in hindi for girlfriend Beauty shayari Shayari Love Assamese Shayari